অপৰাজিতা
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
অপৰাজিতা (Clitoria ternatea) | |
---|---|
![]() | |
নীলা অপৰাজিতা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Faboideae |
গোত্ৰ: | Cicereae |
গণ: | Clitoria |
প্ৰজাতি: | C. ternatea |
বৈজ্ঞানিক নাম | |
Clitoria ternatea L. |
অপৰাজিতা (বৈজ্ঞানিক নাম: Clitoria ternatea) (সংস্কৃত: श्वेतां, विष्णूक्रांता, शंखपुष्पी)হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।
প্ৰচলিত নাম
বিভিন্ন ভাষাত অপৰাজিতাৰ নামবোৰ হৈছে:
- ইংৰাজী: Butterfly pea, blue pea vine, mussel-shell climber, pigeon wings
- হিন্দী: অপৰাজিতা (अपराजिता)
- বাংলা ভাষা: অপৰাজিতা (অপব়াজিতা)
- কন্নড়: নাগৰ হেডি
- মালয় ভাষা: বুঙ্গা তেলাংগ (Bunga telang)
- মালয়ালম ভাষা: সঙ্খপুস্পম (ശംഖുപുഷ്പം)
- মাৰাঠী ভাষা: গোকৰ্ণ (गोकर्ण)
- দিভেহি ভাষা: কুলহাধিৰিমা (Kulhadhirimaa)
- পৰ্তুগীজ: ফুলা ক্ৰিকুৱা (Fula criqua)
- সংস্কৃত ভাষা: শংখপুষ্পী (शंखपुष्पी), অপৰাজিতা (अपराजिता), সুকৰ্ণিকা, অৰ্ধকৰ্ণী, গিৰিকৰ্ণিকা (गिरिकर्णिका), সুপুষ্পী (सुपुष्पी), মোহনাশিনী (मोह्नाशिनी), বিশদোষঘ্নী (विषदोषघ्नी), স্বেতনামা (श्वेतनामा)., বিষ্ণুক্ৰান্তা (विष्णुक्रांता), অশ্বখুৰা (अश्वखुरा)}
- তামিল ভাষা: সাঙ্গু পু (Sangu pu)
- থাই: ডক আঞ্চান (ดอกอัญขัญ)
চিত্ৰসম্ভাৰ
বহিঃসংযোগ
![]() |
ৱিকিমিডিয়া কমন্সত অপৰাজিতা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "Plant of the Week—Clitoria ternatea". ২১ এপ্ৰিল ২০১৯. Archived from the original on 2007-08-09. https://web.archive.org/web/20070809062953/http://www.plantoftheweek.org/week043.shtml। আহৰণ কৰা হৈছে: 2019-04-21.
- "Clitoria ternatea". Tropical Forages. ২১ এপ্ৰিল ২০১৯. http://www.tropicalforages.info/key/Forages/Media/Html/Clitoria_ternatea.htm.