অসমীয়া-বঙালী ভাষাগোষ্ঠী
অসমীয়া-বঙালী | |
---|---|
গৌড়-কামৰূপীয়া | |
ভৌগোলিক বিস্তৃতি: |
বাংলাদেশ, ভাৰত, ম্যানমাৰ, নেপাল |
ভাষাৰ শ্ৰেণীবিভাজন: | ভাৰত-ইউৰোপীয়
|
উপশ্ৰেণীসমূহ: |
—
|
অসমীয়া-বঙালী ভাষাগোষ্ঠী (বা বঙালী-অসমীয়া ভাষাগোষ্ঠী) হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ পূব এলেকাৰ গোষ্ঠী।
এই গোষ্ঠীটোৰ ভাষাবিলাক হ’ল:
ভাষা | থলুৱা নাম | কওঁতাৰ সংখ্যা (নিযুতত) | অঞ্চল |
---|---|---|---|
বঙালী | বাংলা Bangla |
[1] | ২২০![]() ![]() |
অসমীয়া | অসমীয়া Oxomiya |
২৪ | ![]() ![]() |
কোচ ৰাজবংশী | ৰংপুৰী / ৰাজবংশী / কোচ ৰাজবংশী Rongpuri / Rajbongši / Kʊch rajbongsi |
১৫ | ![]() ![]() ![]() |
চট্টগ্ৰামীয়া | চাঁটগাঁইয়া Čąŧgąiya |
১৩ | ![]() ![]() |
ছিলঠীয়া | ꠍꠤꠟꠐꠤ Siloŧi |
১১ | ![]() ![]() |
ৰহিঙীয়া | رُاَࣺينڠَ Ruáingga |
১.৮ | ![]() ![]() |
চাকমা | 𑄌𑄧𑄁𑄟𑄧 Sangma |
০.৩৩ | ![]() ![]() ![]() |
বিষ্ণুপ্ৰিয়া মণিপুৰী | বিষ্ণুপ্ৰিয়া মণিপুৰী Bișnupriya Monipuri |
০.১২ | ![]() ![]() |
হাজং | হাজং Hazong |
০.০৬ | ![]() ![]() |
তাঞ্চঙীয়া | তঞ্চঙ্গ্যা Tonsongya |
০.০৫ | ![]() |