আৰ্ডুইন'

আৰ্ডুইন' হ'ল এটি ছফ্টৱেৰ প্ৰতিষ্ঠান, প্ৰকল্প তথা ব্যৱহাৰকাৰী সমাজ যিয়ে পৰিকলন যন্ত্ৰৰ মুক্ত-উৎসৰ ছফ্টৱেৰ, মাইক্ৰ'কণ্ট্ৰলাৰ-আধাৰিত বহু সৰঞ্জাম আৰু আন ব্যৱহাৰ্য্য বস্তু নিৰ্মাণ কৰে। [1]

পূৰ্বতে সঠিক অৱস্থাত সজ্জিত বা নিজে সজাই ল'ব পৰা ৰূপত আৰ্ডুইন'ৰ কিট ক্ৰয় কৰিবলৈ পোৱা যায়। আডাফ্ৰুইট ইণ্ডাষ্ট্ৰিজৰ অনুমানৰ মতে, ২০১১ৰ মাজলৈ ৩ লাখতকৈ অধিক আৰ্ডুইন' নিৰ্মিত হৈছিল।[2] আৰু ২০১৩ত ৭০০০০০ ফলক ব্যৱহৃত হৈছিল[3]

আনুষ্ঠানিক ফলকসমূহ

প্ৰথমে ইটালিৰ স্মাৰ্ট প্ৰজেক্টছে আৰ্ডুইন' হাৰ্ডৱেৰ নিৰ্মাণ কৰিছিল।

টোকা

উদ্ধৃতি

  1. "Redirect...". smartprj.com. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305001726/http://www.smartprj.com/। আহৰণ কৰা হৈছে: 2016-04-02. 
  2. "Arduino breadboard shield: $10 & 10 mins". todbot blog. http://todbot.com/blog/2006/07/11/arduino-breadboard-shield/. 
  3. "Arduino Shields for Prototyping". tigoe.net. Archived from the original on 2017-07-02. https://web.archive.org/web/20170702144039/http://www.tigoe.net/pcomp/code/arduinowiring/26/। আহৰণ কৰা হৈছে: 2016-04-02. 
  4. "Arduino - Introduction". arduino.cc. http://arduino.cc/en/guide/introduction. 
  5. "How many Arduinos are "in the wild?" About 300,000". Adafruit Industries. May 15, 2011. http://www.adafruit.com/blog/2011/05/15/how-many-arduinos-are-in-the-wild-about-300000/। আহৰণ কৰা হৈছে: 2013-05-26. 
  6. "Arduino FAQ – With David Cuartielles". Malmö University. April 5, 2013. http://medea.mah.se/2013/04/arduino-faq//। আহৰণ কৰা হৈছে: 2014-03-24.