কাউচা
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | কাউচা Coracias benghalensis | |
---|---|
ভাৰতৰ, বান্ধৱগড় ৰাষ্ট্ৰী উদ্যানৰ এটি কাউচাৰ আলোকচিত্ৰ। | |
সংৰক্ষণ স্থিতি | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | অ্যানিম্যালিয়া |
পৰ্ব: | কৰ্ডাটা |
শ্ৰেণী: | পক্ষী |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Coraciidae |
গণ: | Coracias |
প্ৰজাতি: | C. benghalensis |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | বৈজ্ঞানিক নাম | |
Coracias benghalensis (লিনিয়াস, ১৭৫৮) | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | সমাৰ্থক | |
Corvus benghalensis |
কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
আকাৰ
কাউচাৰ আকাৰ ৩১-৩৩ চেঃ মিঃ পৰ্যন্ত হয়। মূৰৰ ওপৰৰ অংশ অলপ নীলা আৰু পাখিৰ তলৰ ফালৰ ৰং নীলা। অৱশ্যে এই চৰাইবিধ দেখাত বহু পৰিমাণে কলডিলৰ নিচিনা।
বাসস্থান
কাউচা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ গাৰো পাহাৰ, হবিগঞ্জ, চট্টগ্ৰামৰ পাহাৰীয়া অঞ্চলসহ ধৰি দক্ষিণ এছিয়াত পোৱা যায়,।
আহাৰ
পোক-পৰুৱা, কীট-পতঙ্গ, বেং, সাপৰ পোৱালি, জেঠি, পিঁপৰা, তেজপিয়া ইত্যাদি।
চিত্ৰশালা
তথ্যসূত্ৰ
- ↑ BirdLife International (2008). Coracias benghalensis. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 04 July 2009.