গ্ৰক (চেটবট)

গ্ৰক
বিকাশক এক্সএআই
প্ৰিভিউ মুক্তি বিটা / ৪ নৱেম্বৰ ২০২৩; ১৫ মাহ আগত (2023-11-04)[1][Full citation needed]
লিখা হৈছে পাইথন, ৰাষ্ট[2]
উপলব্ধ হয় আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, যুক্তৰাজ্য, ভাৰত আৰু আন ৪২খন দেশত[3][4]
প্ৰকাৰ চেটবট
অনুজ্ঞাপত্ৰ আপাচি-২.০

গ্ৰক (ইংৰাজী: Grok) হৈছে এক্সএআই-দ্বাৰা বিকশিত এটা উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবট। ইয়াক ইলন মাস্কে তেওঁৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত কোম্পানী অ’পেনএআই-ৰ চেটজিপিটি-ৰ দ্ৰুত শ্ৰীবৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এক বৃহৎ ভাষা-আৰ্হিৰ ভিত্তিত বিকশিত কৰে।[5] বৰ্তমান ই এক্স (পূৰ্বৰ টুইটাৰ)ৰ লগতে সুকীয়া ৱেবছাইট আৰু আইঅ’এছ এপ-ৰূপেও উপলব্ধ।

তথ্যসূত্ৰ