ডিব্ৰুগড় (লোকসভা সমষ্টি)

ডিব্ৰুগড় লোকসভা সমষ্টি (ইংৰাজী: Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

ডিব্ৰুগড় লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • মৰাণ বিধানসভা সমষ্টি
  • ডিব্ৰুগড় বিধানসভা সমষ্টি
  • লাহোৱাল বিধানসভা সমষ্টি
  • দুলিয়াজান বিধানসভা সমষ্টি
  • টিংখং বিধানসভা সমষ্টি
  • নাহৰকটীয়া বিধানসভা সমষ্টি
  • তিনিচুকীয়া বিধানসভা সমষ্টি
  • ডিগবৈ বিধানসভা সমষ্টি
  • মাৰ্ঘেৰিটা বিধানসভা সমষ্টি

লোক সভাৰ সদস্য

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ জে. এন. হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ জে. এন. হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ জে. এন. হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ জে. এন. হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ ৰবীন্দ্ৰনাথ কাকতি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ হৰেণ ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ হৰেণ ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৮ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ১৯৯৯ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০০৪ সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদ
১৩ ২০০৯ পৱন সিঙ ঘাটোৱাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ ২০০৯ ৰামেশ্বৰ তেলী[2] ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

তথ্য সংগ্ৰহ

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232532/http://eciresults.nic.in/ConstituencywiseS0313.htm?ac=13। আহৰণ কৰা হৈছে: 7 জুন 2014.