ফৰ্বছ আলোচনী অনুসৰি বিলিয়নাৰসকলৰ তালিকা
ফৰ্বছৰ বিলিয়নাৰসকলৰ তালিকাখন (ইংৰাজী: Forbes list of billionaires) বাৰ্ষিক ধন সম্পত্তিৰ ওপৰত ভিত্তি কৰি ফৰ্বছ (ইংৰাজী: Forbes) আলোচনীখনে প্ৰকাশ কৰে। সৰ্বশেষ তলিকাখন প্ৰকাশিত হৈছিল বিগত ২০১১ চনৰ ১০ মাৰ্চত[1]।
- ফৰ্বছ আলোচনী অনুসৰি বৰ্তমান বিশ্বৰ সবাতোকৈ ধনী ৫ জন ব্যক্তি
-
কাৰ্লছ শ্লীম মেক্সিকো
-
ৱাৰেন বাফেট আমেৰিকা যুক্তৰাষ্ট্ৰ
-
বাৰ্নাৰ্ড আৰ্নলাউল্ট ফ্ৰান্স
-
লেৰী এল্লীছন আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰতীক | বিৱৰণ |
---|---|
![]() |
২০১০ চনৰ প্ৰাপ্ত তালিকাৰ পৰা অৱস্থান বা সম্পদৰ পৰিবৰ্তন হোৱা নাই। |
![]() |
২০১০ চনৰ তুলনাত অৱস্থান বা সম্পদ বাঢিছে। |
![]() |
২০১০ চনৰ তুলনাত সম্পদ বা অৱস্থান হ্ৰাস পাইছে। |
২০১২ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন
ক্ৰমিক নং | নাম | মুঠ আয় (USD) | বয়স | নাগৰিকত্ব | সম্পদৰ উৎস |
---|---|---|---|---|---|
![]() |
1 কাৰ্লছ শ্লীম | $৬৯.০ বিলিয়ন ![]() |
৭২ | ![]() |
Telmex, América Móvil, Grupo Carso |
![]() |
2 বিল গেটছ | $৬১.০ বিলিয়ন ![]() |
৫৬ | ![]() |
Microsoft |
![]() |
3 ৱাৰেন বাফলেট | $৪৪.০ বিলিয়ন ![]() |
৮১ | ![]() |
Berkshire Hathaway |
![]() |
4 বাৰ্নাৰ্ড আৰ্নাউল্ট | $৪১.০ বিলিয়ন ![]() |
৬৩ | ![]() |
LVMH Moët Hennessy • Louis Vuitton |
![]() |
5 অৰ্টেগা আমাণিক’ | $৩৭.৫ বিলিয়ন ![]() |
৭৫ | ![]() |
Inditex Group |
![]() |
6 লৰেন্স এল্লিছন | $৩৬.০ বিলিয়ন ![]() |
৬৭ | ![]() |
Oracle Corporation |
![]() |
7 এইক বটিষ্টা | $৩০.০ বিলিয়ন ![]() |
৫৫ | ![]() |
EBX Group |
![]() |
8 ষ্টিফেন পাৰচ্চন | $২৬.০ বিলিয়ন ![]() |
৬৪ | ![]() |
H&M |
![]() |
9 লি কা-সিং | $২৫.৫ বিলিয়ন ![]() |
৮৩ | ![]() |
Cheung Kong Holdings |
![]() |
10 কাৰ্ল আলব্ৰেটছ | $২৫.৪ বিলিয়ন ![]() |
৯২ | ![]() |
Aldi |
২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম ১০ জন
তলৰ তালিকাখন ১০ মাৰ্চ, ২০১১ তাৰিখ পৰ্যন্ত সম্পদ আৰু অৱস্থানৰ ভিত্তিত নিৰুপন কৰা হৈছে। এই বছৰ এই তালিকাত মুঠ ১,২১০ জনৰ নাম লিপিবদ্ধ কৰা হৈছে।[2]
ক্ৰমিক নং | নাম | সম্পদৰ পৰিমাণ | বয়স | জন্ম | নাগৰিকত্ব | বাসস্থান | সম্পদৰ উৎস |
---|---|---|---|---|---|---|---|
![]() |
1 কাৰ্লছ শ্লীম | $৭৪.০ বিলিয়ন ![]() |
৭২ | ![]() |
![]() |
![]() |
টেলমেক্স, আমেৰিকা মবিল, গ্ৰুপো কাৰ্চো |
![]() |
2 বিল গেটচ | $৫৬.০ বিলিয়ন ![]() |
৫৬ | ![]() |
![]() |
![]() |
মাইক্ৰ’ছফ্ট |
![]() |
3 ৱাৰেন বাফেট | $৫০.০ বিলিয়ন ![]() |
৮১ | ![]() |
![]() |
![]() |
বাৰ্কচায়াৰ হাথাৱে |
![]() |
4 বাৰ্নাৰ্ড আৰ্নল্ট | $৪১.০ বিলিয়ন ![]() |
৬২ | ![]() |
![]() |
![]() |
এলভিএমএইচ |
![]() |
5 লৰেন্স এলিচন | $৩৯.৫ বিলিয়ন ![]() |
৬৬ | ![]() |
![]() |
![]() |
অৰেকল কৰ্প’ৰেশ্যন |
![]() |
6 লক্ষ্মী মিত্তাল | $৩১.১ বিলিয়ন ![]() |
৬০ | ![]() |
![]() |
![]() |
আৰচেলোৰ মিত্তাল |
![]() |
7 আমাকিঅ’ ৱেৰ্তেগা | $৩১.০ বিলিয়ন ![]() |
৭৪ | ![]() |
![]() |
![]() |
ইণ্ডিটেক্স গ্ৰুপ |
![]() |
8 এইকে বাতিষ্টা | $৩০.০ বিলিয়ন ![]() |
৫৩ | ![]() |
![]() |
![]() |
ইবিএক্স গ্ৰুপ |
![]() |
9 মুকেশ আম্বানি | $২৯.০ বিলিয়ন ![]() |
৫৩ | ![]() |
![]() |
![]() |
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ |
![]() |
10 ক্ৰিষ্টি ওয়াল্টন | $২২.৫ বিলিয়ন ![]() |
৫৫ | ![]() |
![]() |
![]() |
ৱালমাৰ্ট |
২০১১ বৰ্ষৰ শ্ৰেষ্ঠতম বিলয়নাৰসকল
১২ ফেব্ৰুৱাৰী, ২০১০ তাৰিখে প্ৰকাশিত তালিকাত কাৰ্লছ শ্লীম আৰু তেখেতৰ পৰিয়ালে ৬০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ সৈতে শীৰ্ষস্থান দখল কৰে। এই বছৰ এই তালিকাত মুঠ ১,০১১ জনৰ নাম লিপিবদ্ধ কৰা হৈছিল।[3] বৰ্তমান শীৰ্ষ ১০ বিলিয়নাৰৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য থাকিলেও, শীঘ্ৰেই ভাৰতে এই অৱস্থানকো অতিক্ৰম কৰি যাব পাৰে বুলি ফৰ্বছ আলোচনীয়ে মত পোষণ কৰে[4]।
তথ্য সংগ্ৰহ
- ↑ Forbes. http://www.forbes.com/wealth/billionaires#p_1_s_arank_-1__-1.
- ↑ Quinn, James (2010-03-11). "Forbes rich list: the billionaires you've never heard of – Telegraph Blogs". প্ৰকাশক London: Blogs.telegraph.co.uk. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305014528/http://blogs.telegraph.co.uk/finance/jamesrquinn/100004290/forbes-rich-list-the-billionaires-youve-never-heard-of/। আহৰণ কৰা হৈছে: 2010-09-07.
- ↑ http://blogs.telegraph.co.uk/finance/jamesrquinn/100004290/forbes-rich-list-the-billionaires-youve-never-heard-of/
- ↑ http://www.forbes.com/2007/12/08/wealth-2008-predictions-sneakpeek_snkpk08_11_luisakroll_wealth.html
বাহ্যিক সংযোগ
- Forbes: Billionaires in the News Archived 2010-07-22 at the Wayback Machine