Home
Random Article
Read on Wikipedia
Edit
History
Talk Page
Print
Download PDF
as
10 other languages
ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:
ৰাজ্য
নাম
বৈজ্ঞানিক নাম
(
ইংৰাজী
:
Scientific name
)
চিত্ৰ
অন্ধ্ৰ প্ৰদেশ
কৃষ্ণসাৰ পহু
Antilope cervicapra
অৰুণাচল প্ৰদেশ
মেঠোন
(গয়াল)
Bos frontalis
অসম
এশিঙীয়া গঁড়
Rhinoceros unicornis
বিহাৰ
মেঠোন
Bos gaurus
ছত্তিছগড়
বনৰীয়া ম’হ
B. bubalis arnee
গোৱা
মেঠোন
Bos gaurus
গুজৰাট
এছিয়ান
সিংহ
Panthera leo persica
হাৰিয়ানা
কৃষ্ণসাৰ পহু
Antilope cervicapra
হিমাচল প্ৰদেশ
বৰফৰ বাঘ
Uncia uncia or Panthera uncia
জম্মু-কাশ্মীৰ
কাশ্মীৰী হেংগুল
Cervus elaphus hanglu
ঝাৰখণ্ড
ভাৰতীয়
হাতী
Elephas maximus indicus
কৰ্ণাটক
ভাৰতীয়
হাতী
Elephas maximus indicus
কেৰালা
ভাৰতীয়
হাতী
Elephas maximus indicus
লাক্ষাদ্বীপ
পখিলা মাছ
Chaetodon decussatus
মেঘালয়
ধূসৰ চিতা বাঘ
Neofelis nebulosa
মধ্য প্ৰদেশ
দল-হৰিণা
Rucervus duvaucelii
মহাৰাষ্ট্ৰ
এবিধ ভাৰতীয় কেৰ্কেটুৱা
Ratufa indica
মণিপুৰ
ছাংগাই পহু
Cervus eldi eldi
মিজোৰাম
গিবন বান্দৰ
Hoolock hoolock
নাগালেণ্ড
মেঠোন
Bos gaurus
ওড়িশা
শৰপহু
[
1
]
Rusa unicolor
পণ্ডিচেৰী
কেৰ্কেটুৱা
Sciuridae
পঞ্জাব
কৃষ্ণসাৰ পহু
Antilope cervicapra
ৰাজস্থান
চিংকাৰা পহু
Gazella bennettii
ছিক্কিম
ৰঙা পাণ্ডা
Ailurus fulgens
তামিল নাডু
নিলগিৰি তাহৰ
Nilgiritragus hylocrius
ত্ৰিপুৰা
চচমা-চকুৱা বান্দৰ
Trachypithecus phayrei
উত্তৰাখণ্ড
কস্তুৰী মৃগ
Artiodactyls, Genus: Moschus, Family: Moschidae
উত্তৰ প্ৰদেশ
দল-হৰিণা
Rucervus duvaucelii
পশ্চিমবংগ
ঢেঁকীয়া পতীয়া বাঘ
Panthera tigris bengalensis
লগতে চাওক
ৰাজ্যিক ফুল
ৰাজ্যিক পক্ষী
ৰাজ্যিক গছ
তথ্য সংগ্ৰহ
↑
Sambar : The State Animal of Orissa
বাহ্যিক সংযোগ
ভাৰতৰ ৰাজ্যিক জন্তুসমূহ