মাউণ্ট ফুজি

মাউণ্ট ফুজি
Mount Fuji

২০১৬ চনত মাউণ্ট ফুজি
Prominence 3,776 m (12,388 ft)[1]
৩৫ তম উচ্চ শৃংগ
তালিকা জাপানৰ সৰ্বোচ্চ শৃংগ
জাপানৰ ১০০ টা বিখ্যাত পৰ্বত
উচ্চাৰণ ɸɯᵝꜜdʑisaɴ
অৱস্থান
অৱস্থিতি চুবু অঞ্চল, হনচু, জাপান
স্থানাংক 35°21′29″N 138°43′52″E / 35.35806°N 138.73111°E / 35.35806; 138.73111স্থানাংক: 35°21′29″N 138°43′52″E / 35.35806°N 138.73111°E / 35.35806; 138.73111[3]
টপ'‌ মেপ ভৌগলিক তথ্য সংস্থান 25000:1 富士山[2]
50000:1 富士山
ভূতত্ত্ব
প্ৰকাৰ সুপ্ত আগ্নেয়গিৰী
শেহতীয়া উদ্গীৰণ 1707 to 1708[4]
আৰোহন
প্ৰথম আৰোহনকাৰী এন নো গ্যজা(役行者, En no gyoja, En no Odzuno), ৬৩৩
সহজতম পথ হাইকিং
আধিকাৰিক নাম Fujisan, sacred place and source of artistic inspiration
ধৰণ সাংস্কৃতিক
চৰ্ত iii, vi
নিৰ্ধাৰিত 2013 (37th session)
প্ৰসংগ  সংখ্যা 1418
State Party জাপান
Region এছিয়া

মাউণ্ট ফুজি বা Mount Fuji (富士山 Fujisan?, ɸɯᵝꜜdʑisaɴ),

ফুজিয়ামা

Mount Fuji (富士山, Fuji-san) জাপানৰ সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা৩,৭৭৬ মিটাৰ (12,388 ফুট)।[5] লগতে ই এটা আগ্নেয়গিৰী। ই শ্বিজোকা আৰু য়ামানাশিৰ সীমাত অৱস্থিত। মাউণ্ট ফুজি জাপানৰ সাংস্কৃতিক চিহ্ন। ২০১৩ চনত ই জাপানৰ ১৩তম ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিণত হয়। ১৭০৭ৰ পৰা ১৭০৮ চনলৈ ই শেষৰ বাৰৰ বাবে উদ্গীৰিত হৈছিল।

জাগ্ৰত আগ্নেয়গিৰী

চৰকাৰীভাৱে মাউণ্ট ফুজি এটা জাগ্ৰত আগ্নেয়গিৰী।[6] কিন্তু কিছুমানে ইয়াক সুপ্ত আগ্নেয়গিৰী বুলিও কয়।[7]

শেষৰ বাৰৰ উদ্গীৰণ ১৬ ডিচেম্বৰ ১৭০৭ ডাঙৰ পৰা ১ জানুৱাৰী ১৭০৮ চনলৈ গৈছিল।[8] Cinders and ash from Fuji fell like rain in Izu Province, Kai Province, Sagami Province, and Musashi Province.[9]

শ্বিণ্টো ধৰ্ম

বৌদ্ধ ধৰ্মৰ অগ্নি দেৱী কামুয় ফুচিৰ নামেৰে এই পৰ্বতৰ নাম মাউণ্ট ফুজি হয়।[10] শ্বিণ্টো ধৰ্মৰ মতে ই অতি পৱিত্ৰ পৰ্বত। ইয়াৰ তল ভাগত দেৱী ক'ন'হানান'চাকুয়াৰ( Konohananosakuya-hime コノハナノサクヤヒメ).[10] মন্দিৰ আছে।

হাইকিং

মাউণ্ট ফুজি হাইকিংৰ বাবে বিখ্যাত। চৰকাৰী ভাবে হাইকিংৰ ঋতু হল গ্ৰীষ্ম ঋতু: ২৫ জুলাইৰ পৰা ২৫ আগষ্ট লৈ। [10] শ্বিজোকাৰ ফালে তিনিটা পূৰ্বতাৰোহণৰ পথ আছে। মাউণ্ট ফুজিৰ শৃংগত এটা ডাকঘৰো আছে। এই ডাকঘৰ কেৱল গ্ৰীষ্ম কালত কাৰ্যক্ষম হয়। ১৯০৯ চনত এই ডাকঘৰ সজা হৈছিল আৰু ই জাপানৰ সৰ্বোচ্চ উচ্চতাত থকা ডাকঘৰো।[11]

শিল্পত মাউণ্ট ফুজি

২০০৯ চনত মাউণ্ট ফুজি জাপানৰ শীৰ্ষ ১০০ টা প্ৰাকৃতিক অঞ্চলৰ ভিতৰত স্বীকৃত হয়। ই জাপানৰ হেইচেই কালৰ ঐতিহ্য বহন কৰে। বহুতো বিখ্যাত চিত্ৰ আৰু শিল্পৰ বিষয় বস্তু মাউণ্ট ফুজি।[12]

3D computer simulation

তথ্য সংগ্ৰহ

  1. তথ্যসূত্ৰ সতৰ্কবাণী: <ref> tag with name Fujiinfo cannot be previewed because it is defined outside the current section or not defined at all.
  2. তথ্যসূত্ৰ সতৰ্কবাণী: <ref> tag with name watch tizu cannot be previewed because it is defined outside the current section or not defined at all.
  3. Triangulation station is 3775.63m. "Information inspection service of the Triangulation station" (Japanese ভাষাত). Geospatial Information Authority of Japan, (甲府-富士山-富士山). http://sokuseikagis1.gsi.go.jp/। আহৰণ কৰা হৈছে: February 8, 2011. 
  4. সাঁচ:Cite gvp
  5. JapanGuide.com: "Mount Fuji"; retrieved 2011-12-12.
  6. National Institute of Advanced Industrial Science and Technology (AIST), Geological Survey of Japan Archived 2011-12-23 at the Wayback Machine: "Active Volcanoes in Japan"[সংযোগবিহীন উৎস]; "Mount Fuji"; retrieved 2011-12-12.
  7. Ball, Jessica. "Voices: Dead or alive ... or neither? Why a dormant volcano is not a dead one," Earth Magazine (American Geosciences Institute). September 8, 2010; retrieved 2012-6-14.
  8. Shizuoka University website Archived 2020-02-16 at the Wayback Machine: 宝永四年(1707)噴火 সাঁচ:Ja icon Archived 2017-08-12 at the Wayback Machine; retrieved 2011-12-12.
  9. Titsingh, Isaac (1834). Annales des empereurs du Japon, p.416.
  10. 10.0 10.1 10.2 SacredDestinations.com: "Mount Fuji, Japan"; retrieved 2011-12-12.
  11. Shizuoka Prefecture website Archived 2012-01-02 at the Wayback Machine: "Mt. Fuji Trivial Fact Quiz" Archived 2011-05-27 at the Wayback Machine; retrieved 2011-12-12.
  12. "100 Landscapes of Heisei announced," Yomiuri Shimbun. May 2009; retrieved 2012-3-30.

বহিঃসংযোগ

ৱিকিমিডিয়া কমন্সত Mount Fuji সম্পৰ্কীয় মিডিয়া ফাইল।