মাটিমাহ
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মাটি ডাইল হৈছে অসমীয়া খাদ্যবিশেষ। মাটি মাহ হ'ল এবিধ মাহজাতীয় শস্য। ই দেখাত মগু মাহৰ দৰেই। ইয়াৰ ৰং ক'লা। ই বৰ পিছল। প্ৰবাদ অনুসৰি পুৰণা দিনত বিভিন্ন ঘৰ, দেৱাল আদি সাজিবলৈ মাটি মাহ, হাঁহকণী আৰু বৰাচাউলৰ মিশ্ৰণ আঠা হিচাপে ব্যৱহাৰ কৰিছিল। ই অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বিশেষকৈ খাৰ দিয়া মাটিডাইলৰ জোল অসমীয় খাদ্যৰ অন্যতম চিনাকী। ইয়াৰ উপৰিও অসমীয়া বিবাহ আদি অনুষ্ঠানত বৰ-কন্যাক নোৱাবলৈ মাটিমাহ আৰু হালধিৰ মিশ্ৰণ তৈয়াৰ কৰি লোৱা হয়। গৰুবিহুৰ দিনা গৰুক আৰু মানুহৰ বিহুৰ দিনা মানুহে মাহ-হালধি নোৱাবলৈ ব্যৱহাৰ কৰে।