মুম্বাই চিটি এফ চি
সম্পূৰ্ণ নাম | মুম্বাই চিটি ফুটবল ক্লাব | ||
---|---|---|---|
প্ৰতিষ্ঠা | ২০১৪ | ||
খেলপথাৰ | মুম্বাই ফুটবল এৰিনা (আসন: ৬,৬০০) | ||
গৰাকী | চিটি ফুটবল গ্ৰুপ (৬৫%) ৰণবীৰ কাপুৰ (১৮%) বিমল পাৰেখ (১৭%) | ||
মেনেজাৰ | পিটাৰ ক্ৰাটকী | ||
লীগ | ইণ্ডিয়ান ছুপাৰ লীগ | ||
২০২২-২৩ | ১ | ||
ৱেবছাইট | ক্লাব হ'ম পেজ Club home page | ||
|
মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2]
এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ কলাবাৰ কুপাৰেজ পথাৰত হয়।[1]
বুৰঞ্জী
২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3]
মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4]
ষ্টেডিয়াম
মুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে।
খেলুৱৈ
বৰ্তমান দল
টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.
|
|
টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।
দল পৰিচালনা
পদবী | নাম |
---|---|
মুখ্য প্ৰশিক্ষক | পিটাৰ ক্ৰাটকী |
সহযোগী প্ৰশিক্ষক | এন্থনী ফাৰ্নানডেজ |
কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক
সময় | কিত্ নিৰ্মাতা | চোলা পৃষ্ঠপোষক |
---|---|---|
২০২২- | পিউমা | ষ্টেক নিউজ |
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 1.2 Basu, Saumyajit. "Stars embrace soccer through Indian Super League". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/Stars-embrace-soccer-through-Indian-Super-League/articleshow/33712666.cms#write। আহৰণ কৰা হৈছে: 22 April 2014.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-09-23. https://web.archive.org/web/20150923211516/http://www.croydonadvertiser.co.uk/Crystal-Palace-team-Mumbai-City-FC-search-Indian/story-24642956-detail/story.html। আহৰণ কৰা হৈছে: 2014-12-02.
- ↑ "Indian Super League sees interest from 30 franchise bidders". Business Standard. http://www.business-standard.com/article/companies/indian-super-league-sees-interest-from-30-franchise-bidders-114032300585_1.html। আহৰণ কৰা হৈছে: 22 April 2014.
- ↑ "Ex-Liverpool stars Luis Garcia and Josemi start as Atletico de Kolkata win first Indian Super League clash against Mumbai City". Daily Mail. Associated Press. 12 October 2014. http://www.dailymail.co.uk/sport/football/article-2790093/ex-liverpool-stars-luis-garcia-josemi-start-atletico-kolkata-win-indian-super-league-clash-against-mumbai-city.html। আহৰণ কৰা হৈছে: 13 October 2014.
- ↑ "MCFC coach Reid not worried over Anelka's unavailability". The Times of India: 23. 10 October 2014.
- ↑ "Nicolas Anelka joins Mumbai City in Indian Super League". Sports-nova. Archived from the original on 10 October 2014. https://web.archive.org/web/20141010145838/http://sports-nova.com/nicolas-anelka-join-mumbai-city-indian-super-league/। আহৰণ কৰা হৈছে: 15 September 2014.
|
|