লক্ষীপুৰ
লক্ষীপুৰ | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কাছাৰ |
উচ্চতা | ২২ মিটাৰ (৭২ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
12,545 |
লক্ষীপুৰ (IPA: ˈlækɪˌpʊə) (ইংৰাজী: Lakhipur) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন ঠাই।
ইতিহাস
লক্ষীপুৰ নামটোৰ উৎপত্তি সম্পৰ্কে প্ৰধানকৈ দুটা ধাৰণা প্ৰচলিত। প্ৰথমটোৰ মতে এই নামটো হিন্দুসকলৰ ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পৰা আহিছে। দ্বিতীয়টো ধাৰণা অনুসৰি ইয়াত ৰাজত্ব কৰা প্ৰখ্যাত ডিমাছা ৰজা লক্ষ্মীনাৰায়ণৰ পৰা ঠাইখনৰ নামটো লক্ষীপুৰ হ'ল।
ভৌগোলিক বিৱৰণ
ভৌগোলিকভাৱে লক্ষীপুৰ 24°48′N 93°01′E / 24.8°N 93.02°E.[1] ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ২২ মিটাৰ (৭২ফুট)
আন্তঃগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি[2] লক্ষীপুৰৰ মুঠ জনসংখ্যা ৯৭০৮ জন। ইয়াৰে ৪৯৭৬ জন পুৰুষ আৰু ৪৭৩২ গৰাকী মহিলা। মুঠ জনসংখ্যাৰ ১৬% ছয় বছৰৰ অনুৰ্ধ্বৰ।
লক্ষীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৭% আৰু ৫২%।
যাতায়ত ব্যৱস্থা
আলিপথ-
- Fulertal – Lakhipur – Sapormoina Road.
- Pailapool- Kumacherra Road.
- Joypur Sibasthan Road.
- Banskandi-Sonai Road
- Binnakandi-Singerband
ৰে'লপথ: শিলচৰৰ পৰা লক্ষীপুৰ হৈ মণিপুৰলৈ এটা মিটাৰ গজ লাইন পাৰ হৈ গৈছে।
শিক্ষা
- মহাবিদ্যালয়ৰ সংখ্যা- ৩
- উচ্চতৰ মাধ্যমিক বিদ্যালয়- ৪খন
- হাই মাদ্ৰাছা- ৬
- উচ্চ মাধ্যমিক বিদ্যালয়- ৫
- প্ৰাথমিক বিদ্যালয়- ৩৩৫
ৰাজনীতি
লক্ষীপুৰ শিলচৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3]
শিৰোনাম পাঠ্য
উল্লেখযোগ্য ব্যক্তি
উল্লেখযোগ্য স্থান
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Lakhipur
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.