শ্ৰেণী:গণিত

গণিত (ইংৰাজী: Mathematics) পৰিমাণ, সংগঠন, পৰিবৰ্তন আৰু স্থান বিষয়ক গবেষণা বুজাই। গণিতত সংখ্যা আৰু অন্যান্য পৰিমাপযোগ্য ৰাশিসমূহৰ মধ্যকাৰ সম্পৰ্ক বৰ্ণনা কৰা হয়। এই শ্ৰেণীত গণিত সম্বন্ধে লিখা নিবন্ধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।