হজৰত
ইছলামৰ ওপৰত এখন ধাৰাবাহিকৰ অংশ |
ইছুল আল-ফিকহ |
---|
ফিকহ |
|
আখম |
|
আইনী বৃত্তি আৰু উপাধি |
|
হজৰত (Ḥaḍrah, আৰবী: حضرة; বা Hazret বা Hazrat) হ'ল সম্মানসূচক আৰবী উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour" (বিচাৰসকলৰ বাবে), "His Majesty" (ৰাজকীয় ব্যক্তিৰ বাবে) বা "His Holiness" (ধৰ্মীয় ব্যক্তিৰ বাবে) নামৰ উপাধিৰ সৈতে ইয়াৰ মিল আছে। তুৰ্কী আৰু বছনিয়ান ভাষাতো এই শব্দটো আছে৷
তথ্যসূত্ৰ
লগতে চাওক
- ছালাফ
- ছালাফি মতবাদ
- আহলে হাদিছ
- মোল্লা
- ইমাম
- খলিফা
- খলিফাসকলৰ তালিকা
- ওলামা
- শ্বাইখ
- হাফিজ
- মৌলৱী
- আল্লামা
- ওৱাহাবি মতবাদ