ছত্তীসগঢ়
ছত্তীসগঢ় (হিন্দী : छत्तीसगढ़ ) মধ্য ভাৰত ৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশ ৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।
ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্য প্ৰদেশ , পশ্চিমে মহাৰাষ্ট্ৰ , দক্ষিণে অন্ধ্ৰ প্ৰদেশ , পূবে উৰিষ্যা , উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত।
পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।
জিলা
ক্ৰম
কোড
জিলা
চহৰ
জন সংখ্য (২০০১)
মাটিকালি (বৰ্গ কিমি)
জনঘনত্ব (বৰ্গ কিমি)
1
BA
বস্তৰ
জগদল পূৰ
1302253
14968
87
2
BI
বিলাস পূৰ
বিলাস পূৰ
1993042
8270
241
3
DA
দন্তেবাডা
দন্তেবাডা
719065
17538
41
4
DH
ধম্তাৰি
ধম্তাৰি
703569
3383
208
5
DU
দুৰ্গ
দুৰ্গ
2801757
8542
328
6
JA
জশ পূৰ
জশ পূৰ
739780
5825
127
7
JC
জঞ্জগিৰ - চম্পা
জঞ্জগিৰ
1316140
3848
342
8
KB
কোৰ্বা
কোৰ্বা
1012121
6615
153
9
KJ
কোৰিয়া
কোৰিয়া
585455
6578
89
10
KK
কন্কৈৰ
কন্কৈৰ
651333
6513
100
11
KW
কবৰ্থা
কবৰ্থা
584667
4237
138
12
MA
মহাসমুন্দ
মহাসমুন্দ
860176
4779
180
13
RG
ৰায়গঢ
ৰায়গঢ
1265084
7068
179
14
RN
ৰাজনন্দগও
ৰাজনন্দগও
1281811
8062
159
15
RP
ৰায় পূৰ
ৰায় পূৰ
3009042
13083
230
16
SU
সুৰ্গুজা
অন্বিকা পূৰ
1970661
15765
125
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
The article is a derivative under the Creative Commons Attribution-ShareAlike License .
A link to the original article can be found here and attribution parties here
By using this site, you agree to the Terms of Use . Gpedia ® is a registered trademark of the Cyberajah Pty Ltd