নগাঁও (লোকসভা সমষ্টি)

নগাঁও লোকসভা সমষ্টি (ইংৰাজী: Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

নগাঁও লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • জাগীৰোড বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • মৰিগাঁও বিধানসভা সমষ্টি
  • লাহৰীঘাট বিধানসভা সমষ্টি
  • ৰহা বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • নগাঁও বিধানসভা সমষ্টি
  • বঢ়মপুৰ বিধানসভা সমষ্টি
  • যমুনামুখ বিধানসভা সমষ্টি
  • হোজাই বিধানসভা সমষ্টি
  • লামডিং বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ দেৱ কান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ লীলাধৰ কটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ লীলাধৰ কটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ লীলাধৰ কটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ লীলাধৰ কটকী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ দেৱ কান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ মুহি ৰাম শইকীয়া অসম গণ পৰিষদ
১৯৯১ মুহি ৰাম শইকীয়া অসম গণ পৰিষদ
১৯৯৬ মুহি ৰাম শইকীয়া অসম গণ পৰিষদ
১০ ১৯৯৮ নৃপেন গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ১৯৯৯ ৰাজেন গোঁহাই ভাৰতীয় জনতা পাৰ্টী
১২ ২০০৪ ৰাজেন গোঁহাই ভাৰতীয় জনতা পাৰ্টী
১৩ ২০০৯ ৰাজেন গোঁহাই ভাৰতীয় জনতা পাৰ্টী
১৪ ২০১৪ ৰাজেন গোঁহাই[2] ভাৰতীয় জনতা পাৰ্টী

তথ্য সংগ্ৰহ

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06. 
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232514/http://eciresults.nic.in/ConstituencywiseS0310.htm?ac=10। আহৰণ কৰা হৈছে: 7 জুন 2014.