নেপাল ভাষা ৱিকিপিডিয়া

Favicon of Wikipedia নেপাল ভাষা ৱিকিপিডিয়া
ইউ আৰ এল new.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা নেপাল ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

নেপাল ভাষা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ নেপাল ভাষা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩১,৩৩৯ প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত নেপাল ভাষা ৱিকিপিডিয়াৰ ৩১,৩৩৯ টা প্ৰবন্ধ, ৬৯,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১,৩১৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১২,৪৭,৫৪৫।[1]

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ