জাপানী ৱিকিপিডিয়া

Favicon of Wikipedia জাপানী ৱিকিপিডিয়া
ইউ আৰ এল ja.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা জাপানী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

জাপানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ জাপানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 14,32,107 প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত জাপানী ৱিকিপিডিয়াৰ ১৪,৩২,১০৭টা প্ৰবন্ধ, ২২,৪৪,০০০ গৰাকী সম্পাদক, ৪১ গৰাকী প্ৰশাসক আৰু ৪,৭৩১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১০,১৮,৬৮,৪৫২।[1]

বাহ্যিক সংযোগ

জাপানী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ