লখিমপুৰ (লোকসভা সমষ্টি)
লক্ষিমপুৰ লোকসভা সমষ্টি (ইংৰাজী: Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
লক্ষিমপুৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- নাওবৈচা বিধানসভা সমষ্টি
- লখিমপুৰ বিধানসভা সমষ্টি
- ঢকুৱাখানা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- ধেমাজি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- জোনাই বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- চাবুৱা বিধানসভা সমষ্টি
- ডুমডুমা বিধানসভা সমষ্টি
- শদিয়া বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
ক্ৰম |
বৰ্ষ |
প্ৰাৰ্থী |
দল
|
১ |
১৯৬৭ |
বিশ্বনাৰায়ণ শাস্ত্ৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
২ |
১৯৭১ |
বিশ্বনাৰায়ণ শাস্ত্ৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৩ |
১৯৭৭ |
ললিত কুমাৰ দ'লে |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৪ |
১৯৮৫ |
গকুল শইকীয়া |
অসম গণ পৰিষদ
|
৫ |
১৯৯১ |
বলিন কুলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৬ |
১৯৯৬ |
অৰুণ শৰ্মা |
অসম গণ পৰিষদ
|
৭ |
১৯৯৮ |
ৰাণী নৰহ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৮ |
১৯৯৯ |
ৰাণী নৰহ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৯ |
২০০৪ |
অৰুণ কুমাৰ শৰ্মা |
অসম গণ পৰিষদ
|
১০ |
২০০৯ |
ৰাণী নৰহ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১১ |
২০১৪ |
সৰ্বানন্দ সোণোৱাল[2] |
ভাৰতীয় জনতা পাৰ্টি
|
১২ |
২০১৬ |
প্ৰদান বৰুৱা |
ভাৰতীয় জনতা পাৰ্টি
|
লগতে চাওক
তথ্য সংগ্ৰহ
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|