ইলেকট্ৰন
![]() Experiments with a Crookes tube first demonstrated the particle nature of electrons. In this illustration, the profile of the Maltese-cross-shaped target is projected against the tube face at right by a beam of electrons.[1] | |
গঠন | প্ৰাথমিক কণা |
---|---|
পৰিসংখ্যা | Fermionic |
প্ৰজন্ম | প্ৰথম |
আন্তঃক্ৰিয়া | মাধ্যাকৰ্ষণিক, বিদ্যুৎ চুম্বকীয়, দুৰ্বল আন্তঃক্ৰিয়া |
সংকেত | e− , β− |
প্ৰতিকণা | পজিট্ৰন |
ধাৰণা আগবঢ়োৱা ব্যক্তি | ৰিচাৰ্ড লেমিং (১৮৩৮–১৮৫১),জৰ্জ জন্ষ্টন ষ্টনী (১৮৭৪) আৰু অন্যান্য |
আৱিষ্কাৰক | জে জে থমচন(১৮৯৭)[2] |
ভৰ | 9.10938291(40)×10−31 kg 5.4857990946(22)×10−4 u [1822.8884845(14)]−1 u[note 1] Lua error in Module:Convert at line 657: attempt to index field 'currency' (a nil value). |
বৈদ্যুতিক আধান | −1 eError in {val}: Val parameter "el=e" is not supported[note 2] −1.602176565(35)×10−19 C −4.80320451(10)×10−10 [[esu]] |
চুম্বকীয় ভ্ৰামক | −1.00115965218076(27) μB |
ঘূৰ্ণন | 1⁄2 |
ইলেক্ট্ৰন (ইংৰাজী: Electron; চিহ্ন: e−
) হৈছে একক ঋণাত্মক আধানযুক্ত এবিধ উপপাৰমাণৱিক কণা।[3] লেপ্তন পৰিয়ালৰ অন্তৰ্ভুক্ত ইলেক্ট্ৰন হৈছে প্ৰথম প্ৰজন্মৰ কণা। ইলেক্ট্ৰনক প্ৰাথমিক কণাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় কাৰণ ইহঁতৰ কোনো উপাংশ বা উপগঠনৰ বিষয়ে জনা নাযায়। ইলেক্ট্ৰনৰ এক নিৰ্দিষ্ট ভৰ আছে যাৰ মান হৈছে প্ৰ'টনৰ ভৰৰ প্ৰায় ১/১৮৩৬। . কোৱাণ্টাম বলবিজ্ঞানৰ মতে ইলেক্ট্ৰনৰ অন্তৰ্নিহিত বা ঘূৰ্ণন কৌণিক ভৰবেগৰ মান হৈছে ১/২ ħ, অৰ্থৎ ইহঁত হৈছে ফাৰ্মায়ন। ফাৰ্মায়ন হোৱাৰ কাৰণে পাউলিৰ সূত্ৰ মতে দুটা ইলেক্ট্ৰনে কেতিয়াও এটা কোৱাণ্টাম স্তৰ অধিকাৰ কৰি থকিব নোৱাৰে। ইলেক্ট্ৰনে ইয়াৰ উপৰিও তৰংগ-কণা দ্বৈত ধৰ্ম দেখুৱাই, যাৰ কাৰণে পোহৰৰ দৰে ইহঁতে অন্য কণাৰ লগত সংঘৰ্ষ কৰি অপবৰ্তিত হয়। ইলেক্ট্ৰন জড়িত বিভিন্ন পৰীক্ষাতো ইয়াৰ ক্ষুদ্ৰ ভৰৰ কাৰণে এই দ্বৈত ধৰ্ম সুন্দৰকৈ দেখুৱায়।
টোকা
তথ্যসূত্ৰ
- ↑ Dahl, P.F. (1997). Flash of the Cathode Rays: A History of J J Thomson's Electron. CRC Press. পৃষ্ঠা. 72. ISBN 0-7503-0453-7. http://books.google.com/?id=xUzaWGocMdMC&printsec=frontcover.
- ↑ Thomson, J.J. (1897). "Cathode Rays". Philosophical Magazine খণ্ড 44 (269): 293. doi:10.1080/14786449708621070. http://web.lemoyne.edu/~GIUNTA/thomson1897.html.
- ↑ "JERRY COFF". http://www.universetoday.com/73323/what-is-an-electron/। আহৰণ কৰা হৈছে: 10 September 2010.