অসমৰ ৰাজনীতি
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {উদ্ধৃতিৰ প্ৰয়োজন} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
The political structure of Assam in India is headed by the ceremonial post of the Governor. He is assisted by a council of ministers, headed by the Chief Minister, who are members of the Assam Assembly. In recent years the Governor has become more powerful, especially because the last two Governors have been ex-Army generals and the Army is entrusted with anti-insurgency operations against ULFA and other armed groups.
The Assam legislative structure is unicameral and consists of the 126-member Assam Assembly. Members are elected for a period of 5 years. The Assam Assembly is presided over by the Speaker, who is generally a member of the ruling party.
ৰাজ্য চৰকাৰ
বৰ্ষ | বিধান সভা | মুঠ আসন | চৰকাৰ | বিজয়ী আসন | মুখ্যমন্ত্ৰী | বিৰোধী |
---|---|---|---|---|---|---|
১৯৪৬-৫২ | প্ৰাদেশিক সদন | ১০৮ | ![]() |
৫০ | গোপীনাথ বৰদলৈ/বিষ্ণু ৰাম মেধি | মুছলীম লীগ |
১৯৫২-৫৭ | প্ৰথম সদন | ১০৮ | ![]() |
৭৬ | বিষ্ণু ৰাম মেধি | সমাজবাদী দল |
১৯৫৭-৬২ | দ্বিতীয় সদন | ১০৮ | ![]() |
৭১ | বিষ্ণু ৰাম মেধি/বিমলা প্ৰসাদ চলিহা | প্ৰজা সমাজবাদী দল |
১৯৬২-৬৭ | তৄতীয় সদন | ১০৫ | ![]() |
৭৯ | বিমলা প্ৰসাদ চলিহা | All Party Hill Leaders Conference |
১৯৬৭-৭২ | চতুৰ্থ সদন | ১২৬ | ![]() |
৭৩ | বিমলা প্ৰসাদ চলিহা/মহেন্দ্ৰ মোহন চৌধুৰী | All Party Hill Leaders Congress |
১৯৭২-৭৮ | পঞ্চম সদন | ১১৪ | ![]() |
৯৫ | শৰৎ চন্দ্ৰ সিংহ | সংযুক্ত সমাজবাদী দল |
১৯৭৮-৭৯ | ষষ্ঠ সদন | ১২৬ | জনতা দল/ভাৰতীয় কমিনিউষ্ট দল/Plains Tribals Council of Assam | ৫৩/১১/৪ | গোলাপ বৰবৰা/যোগেন্দ্ৰ নাথ হাজৰিকা | ![]() |
১৯৭৯-৮০ | – | – | ![]() |
– | ৰাষ্ট্ৰপাতি শাসন | |
১৯৮০-৮১ | ষষ্ঠ সদন | ১২৬ | ![]() |
৫১/১১/৪ | আনোৱাৰ টাইমূৰ | জনতা দল |
১৯৮১-৮২ | – | – | ![]() |
– | ৰাষ্ট্ৰপতি শাসন | |
১৯৮২ | ষষ্ঠ সদন | ১২৬ | ![]() |
৫১/১১/৪ | কেশৱ চন্দ্ৰ গগৈ | জনতা পাৰ্টি |
১৯৮২-৮৩ | – | – | ![]() |
– | ৰাষ্টপতি শাসন | |
১৯৮৩-৮৫ | সপ্তম সদন | ১২৬ | ![]() |
৯১ | হিতেশ্বৰ শইকীয়া | Plains Tribals Council of Assam |
১৯৮৫-৯০ | অষ্টম সদন | ১২৬ | ![]() |
৬৯ | প্ৰফুল্ল কুমাৰ মহন্ত | ![]() |
১৯৯০-৯১ | – | – | ![]() |
– | ৰাষ্টপতি শাসন | |
১৯৯১-৯৬ | নৱম সদন | ১২৬ | ![]() |
৬৬ | হিতেশ্বৰ শইকীয়া/ভূমিধৰ বৰ্মন | ![]() |
১৯৯৬-২০০১ | দশম সদন | ১২৬ | ![]() |
৫৯/২/২ | প্ৰফুল্ল কুমাৰ মহন্ত | ![]() |
২০০১-০৬ | একাদশ সদন | ১২৬ | ![]() |
৭১ | তৰুণ গগৈ | ![]() |
২০০৬-১১ | দ্বাদশ সদন | ১২৬ | ![]() |
৫৩/১০ | তৰুণ গগৈ | ![]() |
২০১১ | ত্ৰয়োদশ সদন | ১২৬ | ![]() |
৭৮/১১ | তৰুণ গগৈ | All India United Democratic Front |
লোকসভা

Assam sends 14 Member of Parliament(s) to the Lok Sabha.
বৰ্ষ | লোক সভা | মুঠ আসন | বৃহত্তম দল | বিজয়ী আসন | |
---|---|---|---|---|---|
১৯৫১ | প্ৰথম লোক সভা | ১২ | ![]() |
১১ | |
১৯৫৭ | দ্বিতীয় লোক সভা | ১২ | ![]() |
১০ | |
১৯৬২ | তৃতীয় লোক সভা | ১২ | ![]() |
৯ | |
১৯৬৭ | চতুৰ্থ লোক সভা | ১৪ | ![]() |
১০ | |
১৯৭১ | পঞ্চম লোক সভা | ১৪ | ![]() |
১৩ | |
১৯৭৭ | ষষ্ঠ লোক সভা | ১৪ | ![]() |
১০ | |
১৯৮০ | সপ্তম লোক সভা | ৮ | ![]() |
৮ | |
১৯৮৫ | অষ্টম লোক সভা | ১৫ | ![]() |
৭ | |
১৯৮৯ | নৱম লোক সভা | – | ![]() |
– | |
১৯৯১ | দশম লোক সভা | ১৪ | ![]() |
৮ | |
১৯৯৬ | একাদশ লোক সভা | ১৪ | ![]() |
৫ | |
১৯৯৮ | দ্বাদশ লোক সভা | ১৪ | ![]() |
১১ | |
১৯৯৯ | ত্ৰয়োদশ লোক সভা | ১৪ | ![]() |
১০ | |
২০০৪ | চতুৰ্দশ লোক সভা | ১৪ | ![]() |
৭ | |
২০০৯ | পঞ্চদশ লোক সভা | ১৪ | ![]() |
৭ | |
২০১৪ | ষষ্ঠদশ লোক সভা | ১৪ | ![]() |
৭ |
- কৰিমগঞ্জ ১ – এইউডিএফ
- শিলচৰ ২ – কংগ্ৰেছ
- স্বায়ত্বশাসিত জিলা ৩ – কংগ্ৰেছ
- ধুবুৰী ৪ – এইউডিএফ
- কোকোৰাঝাৰ ৫ – নিৰ্দলীয়
- বৰপেটা ৬ – এইউডিএফ
- গৌহাটী ৭ – বিজেপি
- মংগলদৈ ৮ – বিজেপি
- তেজপুৰ ৯ – বিজেপি
- নগাঁও ১০ – বিজেপি
- কলিয়াবৰ ১১ – কংগ্ৰেছ
- যোৰহাট ১২ – বিজেপি
- ডিব্ৰুগড় ১৩ – বিজেপি
- লখিমপুৰ ১৪ – বিজেপি
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|