ইংৰাজী ৱিকিপিডিয়া

Favicon of Wikipedia ইংৰাজী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ইংৰাজী ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL en.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

ইংৰাজী ৱিকিপিডিয়া (ইংৰাজী: English Wikipedia) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইংৰাজী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৬৯,৩৬,৩৭৪ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৫ চনত ইংৰাজী ৱিকিপিডিয়াৰ ৬৯,৩৬,৩৭৪টা প্ৰবন্ধ, ৪,৮৫,১৩,০০০ গৰাকী সম্পাদক, ৮৪৭ গৰাকী প্ৰশাসক আৰু ৯,৩১,৬৬১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১,২৬,৩১,৫৯,৫৪৫।[1]

বাহ্যিক সংযোগ

ইংৰাজী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ