ভ্ৰামক


F, r, τ ৰ মাজৰ সম্পৰ্ক, কাঁড় চিনৰ দ্বাৰা ইয়াৰ দিশ প্ৰকাশ কৰা হৈছে।

টৰ্ক (ইংৰাজী: Torque) বা বলৰ ভ্ৰামক হ'ল কোনো বস্তুৰ ঘূৰ্ণন বেগ বা কৌণিক ত্বৰণ সলনি কৰিব পৰা পৰা কাৰক। গাণিতিকভাবে, টৰ্ক হ'ল কোনো অক্ষ সাপেক্ষে ঘূৰ্ণনশীল বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল। টৰ্কক সাধাৰণতে গ্ৰীক অক্ষৰ τ (টাউ) দ্বাৰা সূচোৱা হয়।

টৰ্কৰ মান ক্ৰমে প্ৰযুক্ত বল (F), ব্যসাৰ্দ্ধ ভেক্টৰ (r) আৰু বলৰ দিশ তথা ব্যাসাৰ্দ্ধ ভেক্টৰৰ মধ্যবৰ্তী কোণৰ (θ) ওপৰত নিৰ্ভৰ কৰে।

গানিতিকভাবেঃ

τ হ'ল টৰ্ক বা বলৰ ভ্ৰামক,
r ব্যাসাৰ্দ্ধ ভেক্টৰ
F বস্তুৰ ওপৰত প্ৰযুক্ত বল,
× দ্বাৰা ভেক্টৰ পূৰণফল প্ৰকাশ কৰা হৈছে,
θ দ্বাৰা F আৰু τ ৰ মধ্যবৰ্তী কোণ প্ৰকাশ কৰা হৈছে।[1]

তথ্যসূত্ৰ

  1. Tipler, Paul (২০০৪)। Physics for Scientists and Engineers: Mechanics, Oscillations and Waves, Thermodynamics (5th ed.

বাহ্যিক সংযোগ