সৰণ
ধ্ৰুপদী বলবিজ্ঞান |
---|
ধ্ৰুপদী বলবিজ্ঞানৰ ইতিহাস · আৰু সময়ৰেখা |
শাখাবোৰ স্থিতিবিজ্ঞান · গতিবিজ্ঞান Kinematics · প্ৰায়োগিক বলবিজ্ঞান মহাকাশীয় বলবিজ্ঞান · সাতত্যক বলবিজ্ঞান পৰিসাংখ্যিক বল বিজ্ঞান |
সূত্ৰ সমূহ
|
বিষয় সমূহ দৃঢ় পদাৰ্থ · Rigid body dynamics অইলাৰৰ সূত্ৰ (দৃঢ় পদাৰ্থ) · গতি নিউটনৰ গতিৰ সূত্ৰ · নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ অইলাৰৰ গতিৰ সূত্ৰ · জড় প্ৰসংগ প্ৰণালী অজড় প্ৰসংগ প্ৰণালী আৱৰ্তনীয় প্ৰসংগ প্ৰণালী ভুৱা বল · ৰৈখিক গতি সমতলীয় গতিৰ কণিকাৰ পদাৰ্থ বিজ্ঞান সৰণ (ভেক্টৰ) · আপেক্ষিক বেগ ঘৰ্ষণ · সৰল পৰ্য্যাবৃত্ত গতি পৰ্য্যাবৃত্ত দোলক · কম্পন Damping · Damping ratio আৱৰ্তন গতি · বৃত্তীয় গতি সম বৃত্তীয় গতি · অ-সম বৃত্তীয় গতি অভিকেন্দ্ৰিক বল · অপকেন্দ্ৰিক বল অপকেন্দ্ৰিক বল (আৱৰ্তনশীল প্ৰসংগ প্ৰণালী) প্ৰতিক্ৰিয়াত্মক অপকেন্দ্ৰিক বল ক’ৰিয়লিৰ শক্তি · দোলক আৱৰ্তনীয় বেগ · কৌণিক ত্বৰণ কৌণিক বেগ · কৌণিক কম্পনাংক কৌণিক সৰণ |
বিজ্ঞানীসকল গেলিলিঅ’ গেলিলি · আইজাক নিউটন জেৰেমিয়াহ হ’ৰ’কচ · অইলাৰ দি এ’লেমবাৰ্ট · এলেক্সিচ ক্লেইৰোট যোচেফ লুই লাগৰাঞ্জ · পিয়েৰ-চিমন লাপলাছ ৱিলিয়াম ৰো’ৱান হেমিল্টন · চেমিয়ন-ডেনিচ পইচন |
সৰণ হৈছে এক ভেক্টৰ যিয়ে কোনো বস্তুৰ প্ৰাৰম্ভিক স্থান আৰু অন্তিম স্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বক সূচায়[1]। ইয়াৰ লগত দিশ জড়িত হৈ থাকে আৰু প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থানলৈ এডাল কাল্পনিক সৰলৰেখাৰ দূৰত্বক নিৰ্দেশ কৰে। কোনো বস্তুৰ সৰণ হৈছে কোনো এক নিৰ্দিষ্ট দিশত বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব : প্ৰাৰম্ভিক অৱস্থান (Si)ৰ সাপেক্ষে অন্তিম অৱস্থান(Sf) যদি হয়, তেন্তে গাণিতীকভাৱে সৰণ ভেক্টৰ হৈছে অন্তিম আৰু প্ৰাৰম্ভিক অৱস্থান ভেক্টৰৰ পাৰ্থক্য:
কোনো বস্তুৰ তাৎক্ষণিক বেগ হৈছে সময়ৰ ফলন সাপেক্ষে সৰণৰ সলনিৰ হাৰ। বেগক অৱস্থান ভেক্টৰৰ( position vector) সময় সাপেক্ষে হোৱা সলনিৰ হাৰ বুলিও সংজ্ঞাবদ্ধ কৰিব পাৰি। গড় বেগ হৈছে সৰণক মুঠ সময়সীমাৰে হৰণ কৰি পোৱা ৰাশি।
অনমনীয় পদাৰ্থ(Rigid body)
অনমনীয় বস্তুৰ সৰণৰ ক্ষেত্ৰত ই কেতিয়াবা বস্তুৰ ঘূৰ্ণনকো অন্তৰ্ভুক্ত কৰায়। এইক্ষেত্ৰত, বস্তুৰ সৰণ বুলি কওঁতে ৰৈখিক সৰণ আৰু ঘূৰ্ণনৰ ক্ষেত্ৰত কৌণিক সৰণ বোলা হয়।
Derivatives
Jerk
তথ্য সংগ্ৰহ
- ↑ Tom Henderson. "Describing Motion with Words". The Physics Classroom. http://www.physicsclassroom.com/Class/1DKin/U1L1c.cfm। আহৰণ কৰা হৈছে: 2 January 2012.