২৫ মাৰ্চ (ইংৰাজী: 25 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮৪তম (অধিবৰ্ষত ৮৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮১টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
১৮৬২ - মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।
১৮৯৬ - আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয়।