১৮ জানুৱাৰী

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১৮ জানুৱাৰী (ইংৰাজী: 18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৬৭৮ - সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।

জন্ম

মৃত্যু

  • ১৯৩৬ - ৰুডয়াৰ্ড কিপলিং, সাহিত্যৰ নোবেল বঁটা (১৯০৭ চন) বিজেতা ইংৰাজ সাহিত্যিক। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
  • ১৯৪০ - কনকলাল বৰুৱা, অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ।
  • ১৯৪৭ - কুন্দন লাল ছাইগল, ভাৰতীয় কণ্ঠশিল্পী।
  • ২০০৩ - হৰিবংশ ৰায় বচ্চন, ভাৰতীয় কবি আৰু লেখক।
  • ২০১৭ - ড॰ জহৰুল হক, ইছলামিক বিদ্বান।

দিৱস

বাহ্যিক সংযোগ