চীন

গণপ্ৰজাতন্ত্ৰী চীন
中华人民共和国[a]
জংসুৱা ৰেন্মিন গংসেগুৱ
ৰাষ্ট্ৰীয় সঙ্গীত
"March of the Volunteers"
义勇军进行曲
Yìyǒngjūn Jìnxíngqǔ

চীন-ৰ অৱস্থান
চীন-ৰ অৱস্থান
Area controlled by the People's Republic of China shown in dark green; claimed but uncontrolled regions shown in light green.
চীন-ৰ অৱস্থান
চীন-ৰ অৱস্থান
Note: Although Taipei is shown as one of the cities of the PRC, China does not hold actual sovereignty over Taiwan and its capital Taipei.
ৰাজধানীবেইজিং[lower-alpha 1]
39°55′N 116°23′E / 39.917°N 116.383°E / 39.917; 116.383
বৃহত্তম নগৰ ছাংহাই[1]
ৰাষ্ট্ৰভাষা (সমূহ) মান্য চীনা ভাষা[2][lower-alpha 2]
স্বীকৃত আঞ্চলিক ভাষাসমূহ
  • Mongolian
  • Tibetan
  • Uyghur
  • Zhuang
  • various others
Official written language Vernacular Chinese
Official script Simplified Chinese[2]
জনগোষ্ঠীসমূহ 
  • 91.51% Han[3]
  • 55 minorities[lower-alpha 3]
    • 1.30% Zhuang
    • 0.86% Manchu
    • 0.79% Uyghur
    • 0.79% Hui
    • 0.72% Miao
    • 0.65% Yi
    • 0.62% Tujia
    • 0.47% Mongol
    • 0.44% Tibetan
    • 0.26% Buyei
    • 0.15% Korean
    • 1.05% others
জাতীয়তাসূচক বিশেষণ চীনা
চৰকাৰ Single-party socialist state
 -  President ছি জিনপিং[lower-alpha 4]
 -  Premier Li Keqiang
 -  Congress Chairman Zhang Dejiang
 -  Conference Chairman Yu Zhengsheng
Formation
 -  Unification of China under the Qin Dynasty 221 BCE 
 -  Republic established 1 January 1912 
 -  People's Republic proclaimed 1 October 1949 
মাটিকালি
 -  মুঠ ৯৫,৯৬,৯৬১ বৰ্গ কিমি [lower-alpha 5](3rd/4th)
৩৭,০৫,৪০৭ বৰ্গ মাইল 
 -  জলভাগ (%) ০.২৮%'"`UNIQ--ref-০০০০০০০D-QINU`"'
জনসংখ্যা
 -  2012 আনুমানিক ১,৩৫,০৬,৯৫,০০০'"`UNIQ--ref-০০০০০০০E-QINU`"' (১st)
 -  ২০১০ লোকপিয়ল ১,৩৩,৯৭,২৪,৮৫২'"`UNIQ--ref-০০০০০০০F-QINU`"' (১st)
জিডিপি (পিপিপি) 2014 আনুমানিক
 -  মুঠ $14.625 trillion[10] (2nd)
 -  জনমুৰি $10,695[11] (88th)
জিডিপি (নামমাত্ৰ) 2014 আনুমানিক
 -  মুঠ $10.028 trillion[11] (2nd)
 -  জনমুৰি $7,333[11] (82nd)
জিনি সহগ? (2012) 47.4 
মানৱ উন্নয়ন সূচক (2013) 0.719 (91st)
মুদ্ৰা Renminbi (yuan)(¥)[lower-alpha 7] (CNY)
সময় অঞ্চল China Standard Time (ইউটিচি+8)
তাৰিখ বিন্যাস
  • yyyy-mm-dd
  • or yyyymd
  • (CE; CE-1949)
গাড়ী চলোৱা হয় right[lower-alpha 8]
ইণ্টাৰনেট টিএলডি
  • .cn
  • .中國
  • .中国
কলিং ক'ড ++86
চীনৰ জাতীয় পতাকা

চীন ,চৰকাৰী ভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে মঙ্গোলিয়া; উত্তৰ পূবে ৰাছিয়া আৰু উত্তৰে কোৰিয়া; পূবে চীন সাগৰ; দক্ষিণে ভিয়েটনাম, লাওছ, ম্যানমাৰ, ভাৰত, ভূটান, নেপাল; দক্ষিণ পশ্চিম দিশে পাকিস্তান; পশ্চিমে আফগানিস্তান, তাজিকিস্তান, কিৰ্গিজিস্তান আৰু কাজাকিস্তান। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত দক্ষিণ কোৰিয়া আৰু জাপান আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে ফিলিপাইন

নাম

চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য"। "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্‌ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।

সাধাৰণ তথ্য

চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।

চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত আমেৰিকা যুক্তৰাষ্ট্ৰ)। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।[12]

বুৰঞ্জী

প্ৰাৰম্ভিক ৰাজ্য সমোহ

খ্ৰীষ্টপূৰ্ব ১৭-১১ শতিকাত ৰাজত্ব কৰা 'চাং'সকল প্ৰথম চীনা ৰাজবংশ। তেওঁলোকৰ দিনতেই আধুনিক চীনা লিপিৰ প্ৰথম পোনপটীয়া পূৰ্বজ "অ'ৰেক্ল্ ব'ন্ লিপি" প্ৰচলিত হৈছিল। চাং সকলৰ পিছত আহিল 'ঝৌ'সকল। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১২-৫ম শতিকালৈ ৰাজ কৰে। তেওঁলোকৰ হাতৰ পৰা শক্তি বিভিন্ন আঞ্চলিক ৰাজ্যলৈ গ'ল। তেওঁলোকে ৩০০ বছৰীয়া "বসন্ত আৰু শৰৎ"ৰ যুগ যুদ্ধ কৰি পাৰ কৰিলে। "ৱাৰিং ষ্টেত্স" বা "যুদ্ধ কৰা ৰাজ্য সমোহ"ৰ যুগ(খ্ৰীষ্টপূৰ্ব ৫-৩ শতিকা) অহালৈকে চীনত ৭খন শক্তিশালী ৰাজ্য সৃষ্টি হ'ল।

ৰাজকীয় চীন

যুদ্ধ কৰা ৰাজ্য সমোহৰ যুগৰ পিছত শ্বিং ৰাজবংশ শক্তিলৈ আহে। শ্বিং শ্বি হুৱাঙে নিজক চীনৰ প্ৰথম সম্ৰাট ঘোষণা কৰে।

ৰাজবংশৰ অন্ত

চীন গণৰাজ্য

চীন লোক গণৰাজ্য

তথ্য সংগ্ৰহ

  1. Chan, Kam Wing (2007). "Misconceptions and Complexities in the Study of China's Cities: Definitions, Statistics, and Implications". Eurasian Geography and Economics খণ্ড 48 (4): 383–412. doi:10.2747/1538-7216.48.4.383. Archived from the original on 15 January 2013. https://web.archive.org/web/20130115173048/http://courses.washington.edu/chinageo/ChanCityDefinitionsEGE2007.pdf। আহৰণ কৰা হৈছে: 7 August 2011.  p. 395
  2. 2.0 2.1 "Law of the People's Republic of China on the Standard Spoken and Written Chinese Language (Order of the President No.37)". Chinese Government. 31 October 2000. Archived from the original on 24 July 2013. https://web.archive.org/web/20130724204951/http://www.gov.cn/english/laws/2005-09/19/content_64906.htm। আহৰণ কৰা হৈছে: 21 June 2013. "For purposes of this Law, the standard spoken and written Chinese language means Putonghua (a common speech with pronunciation based on the Beijing dialect) and the standardized Chinese characters." 
  3. তথ্যসূত্ৰ সতৰ্কবাণী: <ref> tag with name census cannot be previewed because it is defined outside the current section or not defined at all.
  4. "New man at helm: Xi Jinping elected to lead China". RT.com. 15 November 2012. Retrieved 2 January 2013.
  5. "Demographic Yearbook—Table 3: Population by sex, rate of population increase, surface area and density". UN Statistics. 2007. http://unstats.un.org/unsd/demographic/products/dyb/dyb2007/Table03.pdf। আহৰণ কৰা হৈছে: 31 July 2010. 
  6. "China". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/111803/China। আহৰণ কৰা হৈছে: 16 November 2012. 
  7. তথ্যসূত্ৰ সতৰ্কবাণী: <ref> tag with name CIA cannot be previewed because it is defined outside the current section or not defined at all.
  8. "Population (Total)". The World Bank. http://data.worldbank.org/indicator/SP.POP.TOTL। আহৰণ কৰা হৈছে: 25 November 2013. 
  9. তথ্যসূত্ৰ সতৰ্কবাণী: <ref> tag with name groups cannot be previewed because it is defined outside the current section or not defined at all.
  10. "IMF estimates for 2014 GDP PPP". http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=55&pr.y=9&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=924&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=. 
  11. 11.0 11.1 11.2 "IMF estimates for 2014 GDP nominal". http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=55&pr.y=9&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=924&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=. 
  12. "Constitution of the People's Republic of China". People's Daily. Retrieved 14 July 2009.

বাহ্যিক সংযোগ

দৰকাৰী ৱেবছাইট
চৰকাৰ
অধ্যয়ন
ভ্ৰমণ
মানচিত্ৰ

স্থানাংক: 35°N 103°E / 35°N 103°E / 35; 103

তথ্যসূত্ৰৰ প্ৰাক্‌দৰ্শন

  1. Or (previously) "Peking".
  2. Portuguese (Macau only), English (Hong Kong only).
  3. Ethnic minorities that are recognized officially.
  4. Xi Jinping holds four concurrent positions: General Secretary of the Communist Party of China, President of the People's Republic of China, and Chairman of the Central Military Commission for both state and party.[4]
  5. The area given is the official United Nations figure for the mainland and excludes Hong Kong, Macau and Taiwan.[5] It also excludes the Trans-Karakoram Tract 5,800 বৰ্গ কি.মি. (2,200 বৰ্গ মাইল), Aksai Chin 37,244 বৰ্গ কি.মি. (14,380 বৰ্গ মাইল) and other territories in dispute with India. The total area of China is listed as 95,72,900 বৰ্গ কি.মি. (36,96,100 বৰ্গ মাইল) by the Encyclopædia Britannica.[6] For further information, see Territorial changes of the People's Republic of China.
  6. This figure was calculated using data from the CIA World Factbook.[7]
  7. The Hong Kong Dollar is used in Hong Kong and the Macanese pataca is used in Macau.
  8. Except Hong Kong and Macau.