১৩ অক্টোবৰ
১৩ অক্টোবৰ (ইংৰাজী : 13 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৮৬তম (অধিবৰ্ষ ত ২৮৭তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৯টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
১৯৪৩ - ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
১৯৮৮ - আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
১৯৯৯ - অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
১৯৯৯ - সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
২০০১ - আফগানিস্তান ত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
জন্ম
১৯১১ - অশোক কুমাৰ , ভাৰতীয় চলচ্চিত্ৰ তাৰকা।
১৯৪৮ - নুচৰত ফটেহ আলী খান, প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক।
১৯৫৮ - জামাল আহমেদ ষাশ্বকজী , চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।
১৮৯৫ - চি. কে. নাইডু, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্টেইন।
মৃত্যু
১৯১১ - ভগ্নী নিবেদিতা, ভাৰতীয় সমাজকৰ্মী, লেখিকা।
১৯৮৭ - কিশোৰ কুমাৰ , ভাৰতৰ প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা।
২০০২ - ইলা মিত্ৰ , ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
২০০৪ - নিৰূপা ৰয় (কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা), হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।
দিৱস
বাহ্যিক সংযোগ
The article is a derivative under the Creative Commons Attribution-ShareAlike License .
A link to the original article can be found here and attribution parties here
By using this site, you agree to the Terms of Use . Gpedia ® is a registered trademark of the Cyberajah Pty Ltd