২৪ জুলাই

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

২৪ জুলাই (ইংৰাজী: 24 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৫তম (অধিবৰ্ষত ২০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬০টা দিন বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৮০২ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
  • ১৮৯৭ - আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১ - পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
  • ১৯৫২ - ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
  • ১৯৬৯ - জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮০ - আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।

মৃত্যু

  • ১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
  • ১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
  • ১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
  • ১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
  • ২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।

দিৱস

  • ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
  • ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।
  • শিশু দিৱস (ভানুয়াটু)।

বাহ্যিক সংযোগ

তথ্যসুত্ৰ