৭ নৱেম্বৰ
৭ নৱেম্বৰ (ইংৰাজী : 7 November ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৩১১তম (অধিবৰ্ষ ত ৩১২তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
১৯১৭ - ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।
১৯৬২ - নেলছন মেণ্ডেলা ক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।
জন্ম
১৮৬৭ - মেৰী কুৰী , ফৰাচী পদাৰ্থবিদ।
১৮৭৮ - কীৰ্তিনাথ শৰ্মা বৰদলৈ , অসমীয়া সংগীতজ্ঞ।
১৮৭৯ - লিয়ন ট্ৰটস্কি , মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী।
১৮৮৮ - চন্দ্ৰশেখৰ ভেংকটাৰামন , ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
১৯১৯ - প্ৰদীপ চলিহা , অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক।
১৯৪১ - দ্ৰুপদ বৰগোহাঁই , ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা।
১৯৪৭ - ঊষা উথুপ , ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
১৯৫৪ - কমল হাছান, ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা।
১৯৬৯ - নন্দিতা দাস , ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক।
১৯৭০ - ঋতুপৰ্ণা সেনগুপ্ত , ভাৰতীয় অভিনেত্ৰী।
১৯৮১ - অনুষ্কা শেট্টী , ভাৰতীয় অভিনেত্ৰী৷
১৯৯৬ - এলডোজ পল , ভাৰতীয় এথলেটিকছ।
মৃত্যু
১৯৭৯ - ৰাইমা সেন , ভাৰতীয় অভিনেত্ৰী।
২০০০ - চিদাম্বৰম সুব্ৰমনিয়াম , ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী।
২০০৫ - ভুবন বৰুৱা, অসমীয়া লেখক, অৰ্থনীতিবিদ।
২০১৩ - মৃদুল বৰুৱা, অসমীয়া কবি, চলচ্চিত্ৰ পৰিচালক।
২০১৬ - কানু গান্ধী , ভাৰতীয় বিজ্ঞানী।
২০১৯ - নৱনীতা দেৱ সেন , ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
দিৱস
বাহ্যিক সংযোগ
The article is a derivative under the Creative Commons Attribution-ShareAlike License .
A link to the original article can be found here and attribution parties here
By using this site, you agree to the Terms of Use . Gpedia ® is a registered trademark of the Cyberajah Pty Ltd