৯ মে'
৯ মে' (ইংৰাজী: 9 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯৫৫ - শীতল যুদ্ধ: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
- ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
জন্ম
- ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
- ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
- ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
- ১৯৯২ - ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।
মৃত্যু
- ১৯৮১ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
- ১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)
- ১৯৯৮ - তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
- ২০১৫ - এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
- ২০২৩ - মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।
দিৱস
- বিজয় দিৱস (ছোভিয়েট সংঘ)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ