২০ অক্টোবৰ
২০ অক্টোবৰ (ইংৰাজী: 20 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৩তম (অধিবৰ্ষত ২৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭২টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৫৬৮ - মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
- ১৭৭৪ - কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল।
- ১৯০৪ - চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল।
- ১৯৬২ - চীনে ভাৰত আক্ৰমণ কৰিছিল।
জন্ম
মৃত্যু
দিৱস
বাহ্যিক সংযোগ